Search
Search

At Barpeta.org, we bring you an engaging and diverse collection of quiz categories that cater to a wide range of interests and passions. Whether you’re a trivia enthusiast, a curious learner, or just looking for fun, we’ve got something for everyone!

Quiz Game

/18

50+ Assamese film-related GK questions

Assamese Cinema quiz helps us to increase our knowledge

1 / 18

অসমৰ কিমান সংখ্যক ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাইছে?

2 / 18

অসমৰ প্ৰথমখন বক্স অফিচ হিট চলচ্চিত্ৰৰ নাম কি?

3 / 18

মানুহে মানুহৰ বাবে' গানখন কোনে ৰচনা কৰিছিল?

4 / 18

অসমৰ প্ৰথম ম'বাইলৰ পৰা নিৰ্মিত চলচ্চিত্ৰটো কি আছিল?

5 / 18

পিয়লী ফুকন' চলচ্চিত্ৰখন কোনে নিৰ্মাণ কৰিছিল?

6 / 18

অসমৰ প্ৰথমখন নীৰৱ (Silent) চলচ্চিত্ৰৰ নাম কি?

7 / 18

হালধীয়া চৰায়ে বাওধান খায়' কোনে পৰিচালনা কৰিছিল?

8 / 18

কাঞ্চনজংঘা' ছবিখনৰ নায়ক কোন আছিল?

9 / 18

লোকেল কুঙ ফু' কোনে নিৰ্মাণ কৰিছিল?

10 / 18

জ্যোতি চিত্ৰবন চিত্ৰগৃহ কেতিয়া স্থাপন হৈছিল?

11 / 18

অসমৰ কোন খন চলচ্চিত্ৰে প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়?

12 / 18

অসমৰ প্ৰথম ৰঙীন চলচ্চিত্ৰৰ নাম কি?

13 / 18

অসমৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি?

14 / 18

ভূপেন হাজৰিকাক 'বাৰ্ড অৱ ব্ৰহ্মপুত্ৰ' বুলিব লাগে, কিয়?

15 / 18

হালধীয়া চৰায়ে বাওধান খায়' কোনখন উৎসৱত দেখুওৱা হৈছিল?

16 / 18

ভিলেজ ৰকষ্টাৰ্ছ' কোনে নিৰ্মাণ কৰিছে?

17 / 18

চামেলী মেমচাহাব'ৰ মূল গল্প কাৰ দ্বাৰা লিখা হৈছিল?

18 / 18

অসমৰ প্ৰথম মহিলা অভিনেত্ৰী কোন?

Your score is

0%

Health GK Class V, VI, VII

৫০+ ৰ অধিক অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰস্তুত কৰা হৈছে য'ত স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি .

1 / 10

সাধাৰণ মানুহৰ বাবে কিমান ঘণ্টা টোপনিৰ প্ৰয়োজন?

2 / 10

শৰীৰৰ কাৰ্বোহাইড্ৰেটৰ মজুত কোন অংগত থাকে?

3 / 10

নাকৰ ৰক্তক্ষৰণ হোৱাৰ সময়ত কি কৰা উচিত?

4 / 10

ডেঙ্গু জ্বৰত ক’ত প্ৰধান প্ৰভাৱ দেখা যায়?

5 / 10

ভিটামিন ডি সৰ্বাধিক লাভ কৰা উৎস কি?

6 / 10

শৰীৰত সোডিয়াম আৰু পটাছিয়ামৰ মাত্রা নিয়ন্ত্ৰণ কৰা অংগটো কি?

7 / 10

হেপাটাইটিছ বিৰোধী টিকাবোৰে কোন অংগ সুৰক্ষিত কৰে?

8 / 10

শৰীৰৰ কোন অংগক "জীৱনৰ পাম্প" বুলি কোৱা হয়?

9 / 10

স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ পানীয় কোনটো?

10 / 10

মানুহৰ শৰীৰত কিমান হাড় থাকে?

Your score is

The average score is 75%

0%