বন্ধুত্ব – কুশ জ্যোতি গগৈ | Assamese poem

বন্ধুত্ব – কুশ জ্যোতি গগৈ | Assamese poem

বন্ধুত্ব এনাজৰী জল
এক স্মৃতি মাধেনি
কোনো তেজ মন্ত্রহর সম্পর্ক
নথকাকৈ পৃথিবীৰ
আটাইতকৈ মবুবতম সম্পর্ক
গৰাকী হালা তুমি
বন্ধু
তোমাৰ মাজত লুকাই থাকে
মনম, অনুভূতি, হাঁহি
সুখ দুখৰ লগনী, বিপদৰ সময়ত
দিয় দিবানে বন্ধু
আমাক জীয়াই থাকিবলৈ দিয়া
তোমাৰ বুকুৰ মাজত ছায়া হৈ
তুমি চিন-প্রবাহীত নৈ
দলে ই বৈ যায় মখোঁ
কেতিয়াও বৈ নামায়
মৰমৰ বন্ধুত্ব এনাজৰী
ডা নিচিনাকৈ ভবিষৎতলৈ ।

Facebook
Twitter
LinkedIn

অসমীয়া কবিতা বিভিন্ন ধৰণৰ বিষয়বস্তু আৰু গঠন অনুসৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰা যায়। তলত কিছুমান উল্লেখযোগ্য শ্ৰেণী উল্লেখ কৰা হল— Assamese Poem

প্ৰেমমূলক কবিতা
প্রকৃতিমূলক কবিতা
সমাজমূলক কবিতা
আধুনিক মুক্তছন্দ কবিতা
বিপ্লবী বা দেশপ্রেমমূলক কবিতা
ব্যঙ্গাত্মক কবিতা
শিশুসাহিত্য বা শিশুকবিতা
গানৰ কবিতা

**আপোনাৰ কবিতা অনলাইনত প্ৰকাশ কৰিব বিচাৰে নেকি !** ✍️
আপুনি কি কবিতা লিখে? 🎨 আপোনাৰ স্বৰচিত অসমীয়া কবিতা এতিয়াই **কবিতাৰ আসৰ Barpeta.org ত প্ৰকাশ কৰক!

🌟 **এই প্লেটফৰ্ম ব্যৱহাৰৰ সুবিধা কিয়?**
– ই বৰ্তমান সময়ৰ **সৰ্বাধিক জনপ্ৰিয় কবিতা প্লেটফৰ্ম**।
– প্ৰতিদিনে শতাধিক সদস্য ইয়াত তেওঁলোকৰ কবিতা প্ৰকাশ কৰি আছে।
– হাজাৰ হাজাৰ পঢ়ুৱৈ প্ৰতিদিনে এই আসৰৰ কবিতা পঢ়ি আৰু উপভোগ কৰি আছে।

📢 **কিদৰে সদস্য হ’ব?**
1. আমাৰ সদস্য হিচাপে যোগদান কৰক।
2. সহজে আপোনাৰ কবিতা প্ৰকাশ কৰক।
3. বিস্তাৰিত তথ্যৰ বাবে **তথ্যাবলী পৃষ্ঠা** চাওক।

🎉 **আজিয়ে যোগদান কৰক আৰু আপোনাৰ সৃষ্টিশীলতাক সকলোৰে মাজত বিয়পাওক!**

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

Quiz

Lyrics