বন্ধুত্ব – কুশ জ্যোতি গগৈ | Assamese poem
বন্ধুত্ব এনাজৰী জল
এক স্মৃতি মাধেনি
কোনো তেজ মন্ত্রহর সম্পর্ক
নথকাকৈ পৃথিবীৰ
আটাইতকৈ মবুবতম সম্পর্ক
গৰাকী হালা তুমি
বন্ধু
তোমাৰ মাজত লুকাই থাকে
মনম, অনুভূতি, হাঁহি
সুখ দুখৰ লগনী, বিপদৰ সময়ত
দিয় দিবানে বন্ধু
আমাক জীয়াই থাকিবলৈ দিয়া
তোমাৰ বুকুৰ মাজত ছায়া হৈ
তুমি চিন-প্রবাহীত নৈ
দলে ই বৈ যায় মখোঁ
কেতিয়াও বৈ নামায়
মৰমৰ বন্ধুত্ব এনাজৰী
ডা নিচিনাকৈ ভবিষৎতলৈ ।